শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

আজি বিজেপিত যোগ দিব সুশান্ত বৰগোহাঁইয়ে!

  • দেওবাৰে বিজেপিত যোগদান কৰিব সুশান্ত বৰগোহাঁইয়ে!
  • কংগ্ৰেছৰ পৰা পদত্যাগ কৰা বিধায়কগৰাকীয়ে ত্যাগ কৰিছে বিধায়কৰ পদ।
  • থাওৰা সমষ্টিৰ বিধায়ক আছিল সুশান্ত বৰগোহাঁই।
  • মৰিয়নি সমষ্টিৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগৰ পাছতেই সুশান্ত বৰগোহাঁইয়েও বিজেপিত যোগদানৰ চৰ্চা চলি আছিল।
  • বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পদত্যাগী বিধায়কজনে ২ আগষ্টত বিজেপিত যোগদান কৰিব বুলি ঘোষণা কৰিছিল যদিও ১ আগষ্ট, দেওবাৰেৰ বিয়লি বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
  • সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে কংগ্ৰেছ ত্যাগ কৰি বিজেপত যোগদান কৰিব বুলি উল্লেখ কৰিছিল সুশান্ত বৰগোহাঁইয়ে।
  • কংগ্ৰেছৰ এইগৰাকী যুৱ নেতাৰ বিজেপি গমনে দলটোক ক্ষতি কৰিব বুলি চৰ্চা চলিছে।
  • উজনি অসমৰ এগৰাকী শক্তিশালী কংগ্ৰেছ নেতা আছিল সুশান্ত বৰগোহোহাঁই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি