‘কা’ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সমীক্ষা, ২০ মিনিটতে ২সহস্ৰাধিক লোকৰ মতামত…

‘কা’ সন্দৰ্ভত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ সমীক্ষা, ২০ মিনিটতে ২সহস্ৰাধিক লোকৰ মতামত…
  • নাগৰিকত্ব সংশোধনী আইনক লৈ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক সমীক্ষা।
  • 'কা'ৰ সমৰ্থন নে বিৰোধিতা কৰে এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াযোগে চলোৱা হৈছে সমীক্ষা।
  • ২০ মিনিটতে প্ৰায় ২ সহস্ৰাধিক লোকে আগবঢ়াইছে মতামত।
  • আপোনালোকেও এই সমীক্ষাত অংশ ল'ব পাৰিব।
  • অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ এক প্ৰয়াস বাস্তৱ ছবিখন দাঙি ধৰা।
  • তলত উল্লেখিত লিংকত আপুনি এই আইনখনৰ সমৰ্থন কৰিলে লিখিব লাগিব 'Y'।
  • আৰু আইনখনৰ বিৰোধিতা কৰিলে লিখিব 'N'
  • আমাৰ লক্ষ্য ৫০ হাজাৰ মতামত সংগ্ৰহ কৰা।
  • তাৰ আধাৰতে প্ৰকাশ কৰা হ'ব ফলাফল।
  • এজন লোকৰ এটা মতামতহে গ্ৰাহ্য কৰা হ'ব।
  • 'Y' বা 'N'ৰ সলনি আন মতামত গ্ৰহণ কৰা নহয়।

এই সন্দৰ্ভত মতামত দিবলৈ আপুনি ক্লিক কৰক তলৰ লিংকটোত-

https://www.facebook.com/442765899156391/posts/2183136708452626/

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in