শেহতীয়া খবৰ
কেবৰ বিৰুদ্ধে প্ৰতিবাদঃ পশ্চিমবংগত প্ৰতিবাদকাৰীয়ে জ্বলালে ৫খন ৰে’ল...  •  মন্ত্ৰী ৰঞ্জিত দত্তক ক'লা পতাকা প্ৰদৰ্শন  •  ১৬ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদে পালন কৰিব ৰাজ্যিক কৰ্মচাৰীৰ কৰ্মবিৰতি  •  সান্ধ্য আইনৰ মাজতে মহানগৰীৰ লাখটকীয়াত আৰক্ষীয়ে শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পোষ্টাৰ ফলাৰ অভিযোগ  •  আলোচনাপন্থী আলফা নেতা জিতেন দত্তক গ্ৰেপ্তাৰ  •  CAA বিৰোধী প্ৰতিবাদঃ হিংসাত্মক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত ৮৫ জনক গ্ৰেপ্তাৰ, শতাধিকক আটক কৰাৰ বিপৰীতে কেইবাশক আটক কৰাৰ প্ৰস্তুতি...  •  অখিল গগৈৰ বিৰুদ্ধে এন আই এ (NIA)য়ে ৰুজু কৰিছে গোচৰ...  •  এতিয়া চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰাৰ সময়ঃ ছোনীয়া গান্ধী  •  সোমবাৰৰ সন্ধিয়া ৭ বজালৈকে ৰাজ্যত বন্ধ থাকিব ইণ্টাৰনেট সেৱা...  •  ভাৰতত নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰভাৱক লৈ চিন্তিত আমেৰিকা!

বিজেপি এৰি কংগ্ৰেছত যোগদান…

1,450
  • প্ৰাক্তন বিজেপি সাংসদ সুৰেশ চন্দলৰ কংগ্ৰেছত যোগদান।
  • সোমবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছত যোগ দিয়ে সুৰেশ চন্দলে।
  • দিল্লীৰ হামিৰপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল সুৰেশ।
  • বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি কিছুদিন পূৰ্বে এৰিছিল দলটো।
  • ইয়াৰ পিছতে তেওঁ কংগ্ৰেছত যোগ দিয়াৰ বিষয়ে চৰ্চা চলিছিল।
  • ‘সুৰেশ চন্দলৰ আগমনে আমাৰ দলটোৰ শক্তি বৃদ্ধি কৰিছে’- এই মন্তব্য ৰাহুল গান্ধীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি