শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

চোৰাং চাউলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

  • দক্ষিণ শালমাৰাৰ বন্ধিহানাত সমবায় সমিতিৰ চোৰাং চাউলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • চোৰাং ভাবে নদীয়ে দি নি থকা এখন নাঁও ভৰ্তি চোৰাং চাউল জব্দ।
  • চাউল খিনি নিয়া অৱস্থাত আৰক্ষীয়ে পিছা কৰিছিল।
  • কিন্তু আৰক্ষীক দেখি দুষ্কৃতিকাৰীৰ দলটো পলায়ন কৰে।
  • পলায়ন কৰাৰ পূৰ্বে নাঁওখন ফুটা কৰি দিয়ে দুষ্কৃতিকাৰীয়ে।
  • ফলত নাঁও খন ব্ৰহ্মপুত্ৰ নদীৰ মাজত ডুব যায়।
  • অৱশ্যে আৰক্ষীয়ে ৬১১ বস্তা চাউল উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰা।
  • দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত জব্দ ১২ টা চোৰাং গৰু।
  • গৰু কেইটা বাংলাদেশলৈ নিয়া পথত আৰক্ষীয়ে জব্দ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি