চোৰাং চাউলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চোৰাং চাউলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
  • দক্ষিণ শালমাৰাৰ বন্ধিহানাত সমবায় সমিতিৰ চোৰাং চাউলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • চোৰাং ভাবে নদীয়ে দি নি থকা এখন নাঁও ভৰ্তি চোৰাং চাউল জব্দ।
  • চাউল খিনি নিয়া অৱস্থাত আৰক্ষীয়ে পিছা কৰিছিল।
  • কিন্তু আৰক্ষীক দেখি দুষ্কৃতিকাৰীৰ দলটো পলায়ন কৰে।
  • পলায়ন কৰাৰ পূৰ্বে নাঁওখন ফুটা কৰি দিয়ে দুষ্কৃতিকাৰীয়ে।
  • ফলত নাঁও খন ব্ৰহ্মপুত্ৰ নদীৰ মাজত ডুব যায়।
  • অৱশ্যে আৰক্ষীয়ে ৬১১ বস্তা চাউল উদ্ধাৰ কৰিছে পানীৰ মাজৰ পৰা।
  • দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত জব্দ ১২ টা চোৰাং গৰু।
  • গৰু কেইটা বাংলাদেশলৈ নিয়া পথত আৰক্ষীয়ে জব্দ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in