কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

ফাইল ফটো
ফাইল ফটো
  • কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী।
  • ত্ৰিপুৰা চৰকাৰৰ জনস্বাৰ্থজড়িত আবেদনৰ ভিত্তিত এই জাননী প্ৰেৰণ কৰা হৈছে কেন্দ্ৰলৈ।
  • ভাৰতত প্ৰৱেশৰ পাৰপত্ৰ সংশোধনী নিয়ম আৰু বিদেশী (সংশোধনী) নীতি, ২০১৫ক প্ৰত্যাহ্বান জনাই ত্ৰিপুৰা চৰকাৰে দাখিল কৰিছিল আবেদন।
  • এই দুই আইনে সাংবিধানিক বৈধতা প্ৰদান কৰিছিল অনুপ্ৰৱেশকাৰীক।
  • ত্ৰিপুৰা চৰকাৰৰ আবেদনৰ পিছতে কেন্দ্ৰীয় চৰকাৰলৈ উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰিছে জাননী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in