আজি উচ্চতম ন্যায়ালয়ে ‘কা’ক লৈ প্ৰদান কৰিব গুৰুত্বপূৰ্ণ ৰায়…

আজি উচ্চতম ন্যায়ালয়ে ‘কা’ক লৈ প্ৰদান কৰিব গুৰুত্বপূৰ্ণ ৰায়…
  • নাগৰিকত্ব সংশোধনী আইনক লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব গুৰুত্বপূৰ্ণ ৰায়।
  • উচ্চতম ন্যায়ালয়ত আইনখনক লৈ দাখিল কৰা ১৪০ খনৰো অধিক আবেদন দাখিল কৰা হৈছে।
  • ইয়াৰে অধিক সংখ্যক আবেদন আইনখনৰ বিৰুদ্ধে দাখিল কৰাৰ পৰিৱৰ্তে কিছু সংখ্যক আইনখনক সমৰ্থনত দাখিল কৰা হৈছে।
  • উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ এ বোবডে, ন্যায়াধীশ আব্দুল নজীৰ আৰু ন্যায়াধীশ সঞ্জীৱ খাট্টাৰ বিচাৰপীঠে প্ৰদান কৰিব ৰায়দান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in