শেহতীয়া খবৰ
চামগুৰিত বজ্ৰপাতে প্ৰাণ কাঢ়িলে ৪ সন্তানৰ পিতৃ গোবিন বৰাৰ  •  লামডিং-পাথৰখোলাৰ ৰে'ল ষ্টেচনৰ মাজত অচিনাক্ত মৃতদেহ উদ্ধাৰ  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  অব্যাহত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটিৰ বৈঠক, কাৰ মুখত বিৰিঙিব হাঁহি  •  গৃহকন্দল! মোডীভক্ত পিতৃয়ে কংগ্ৰেছৰ টিকট লাভ কৰা পুত্ৰক কৰিলে 'ত্যাজ্যপুত্ৰ’  •  অৰুণাচলত জব্দ ৩৪.৯ লাখ টকা  •  ৭ আলফা (স্বাঃ)ৰ কেডাৰে আৰক্ষীক চমজালে কি কি অস্ত্ৰ-শস্ত্ৰ, চাওক VIDEO  •  শিৱসেনাৰ ভৱিষ্যৎবাণী- ২০১৯ত ২১০ খন আসন লাভ কৰিব বিজেপিয়ে  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...  •  যোৰহাট আৰু লখিমপুৰ সমষ্টিত চিপিআইৰ প্ৰাৰ্থীৰ নাম ঘোষণা...

২১ ৰাজনৈতিক দলৰ আৱেদনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী নিৰ্বাচন আয়োগলৈ

363
  • দেশৰ নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী।
  • ২১টা ৰাজনৈতিক দলে তৰিছিল গোচৰ।
  • ন্যায়ালয়ত বিৰোধী দলবোৰে আৱেদন জনাইছিল ই ভি এমৰ ফলাফল VVPATs পৰীক্ষণৰ পাছত ঘোষণা কৰিবলৈ।
  • অতি কমেও ৫০ শতাংশ VVPATs ৰ ক্ৰছ চেক কৰিবলৈ আৱেদন জনাইছিল ন্যায়ালয়ত।
  • এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগলৈ জাৰি কৰিছে নিৰ্দেশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি