‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দিল্লীত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ প্ৰতিবাদ…

‘কা’, এনআৰচি, এনপিআৰৰ বিৰুদ্ধে দিল্লীত উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ প্ৰতিবাদ…
  • নাগৰিকত্ব সংশোধনী আইন, এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে দেশৰ ৰাজধানী দিল্লীত প্ৰতিবাদ।
  • মঙলবাৰে 'কা', এনআৰচি আৰু এনপিআৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে উচ্চতম ন্যায়ালয়ৰ অধিবক্তাসকলে।
  • উচ্চতম ন্যায়ালয়ৰ পৰা যন্তৰ মন্তৰলৈ বাহিৰ কৰা হয় এক প্ৰতিবাদী সমদল।
  • উচ্চতম ন্যায়ালয়ৰ শতাধিক অধিবক্তাই অংশ লয় এই প্ৰতিবাদত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in