শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

চিবিএছইৰ পৰীক্ষা বাতিলৰ বিৰুদ্ধে দাখিল কৰা আৱেদন খাৰিজ সৰ্বোচ্চ ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ চিবিএছই আৰু চিআইচিএছই ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বাতিল কৰা সিদ্ধান্তৰ বিৰুদ্ধে জাৰি কৰা আৱেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। সৰ্বোচ্চ ন্যায়ালয়ে কয় যে- চৰকাৰ আৰু ব’ৰ্ড ছাত্ৰ-ছাত্ৰীসকলক লৈ চিন্তিত। সেয়েহে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।

লগতে ন্যায়ালয়ে কয়- ‘২০ লাখ ছাত্ৰ-ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব। গতিকে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সকলো ব্যৱস্থা কৰিব লাগিব। ইয়াৰ দায়িত্ব কোনে ল’ব? এয়াও নিশ্চিত নহয় যে পৰীক্ষা আয়োজন কৰিব পৰা যাব নে নাযায়। ব’ৰ্ডে ছাত্ৰ-ছাত্ৰীসকলৰ কথা শুনিয়েই পৰীক্ষা বাতিল কৰিছে।’ আৱেদনকাৰীক উচ্চতম ন্যায়ালয়ে লগতে জনাই যে- ন্যায়ালয়ে পৰীক্ষা বাতিল কৰা সিদ্ধান্তত সহমত প্ৰদান কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি