উচ্চতম ন্যায়ালয়ৰ ২ নতুন ন্যায়াধীশৰ শপতগ্ৰহণ

ফাইল ফটো
ফাইল ফটো
  • উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে আজি শপত ল'ব দুজন নতুন ন্যায়াধীশে।
  • ন্যায়াধীশ সঞ্জয় খান্না আৰু দীনেশ মধেশ্বৰীয়ে ল'ব শপত।
  • এই দুই নতুন ন্যায়াধীশকে ধৰি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধি পালে ২৮জনলৈ।
  • উচ্চতম ন্যায়ালয়ত এতিয়া ৩ ন্যায়াধীশৰ পদ খালী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in