তামিলনাডুৰ নিৰ্বাচন আয়োগক শেষ সকিয়নি উচ্চতম ন্যায়ালয়ৰ..

তামিলনাডুৰ নিৰ্বাচন আয়োগক শেষ সকিয়নি উচ্চতম ন্যায়ালয়ৰ..
  • তামিলনাডু নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা দেশৰ উচ্চতম ন্যায়ালয়ৰ।
  • ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান।
  • হেমন্ত গুপ্তা আৰু অনিৰুদ্ধ বসুৰ বিচাৰপীঠে প্ৰদান কৰিছে এই নিৰ্দেশণা।
  • কোৰোনা পৰিস্থিতিৰ বাবেই ৰাজ্য খনত দুটা বছৰে সম্পন্ন হোৱা নিৰ্বাচন।
  • ৰাজ্যখনৰ নৱগঠিত ৯ খন জিলাত অনুষ্ঠিত কৰিব লাগিব ভোটগ্ৰহণ।
  • শেষবাৰৰ বাবে ৰাজ্য খনক প্ৰদান কৰা হৈছে এই স্থগিতাদেশ।
  • ৰাজ্যিক নিৰ্বাচন অনুষ্ঠিত নকৰিলে আয়োগৰ বিৰুদ্ধে আৰম্ভ কৰা হ'ব অৱমাননাৰ প্ৰক্ৰিয়া।
  • নিৰ্বাচনৰ ক্ষেত্ৰত কোভিডক এক ভাল অজুহাত আখ্যা উচ্চতম ন্যায়ালয়ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in