শেহতীয়া খবৰ
পাকিস্তানৰ কাপুৰুষালি অব্যাহত! পুৱাৰে পৰা ভাৰতীয় সেনাক লক্ষ্য কৰি ধাৰাসাৰ গুলীবৰ্ষণ...  •  পাকিস্তানক উচিত শিক্ষা! আমেৰিকাই কৰ্তন কৰিলে আৰ্থিক সাহায্য...  •  একেখন পোষ্টাৰত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে উন্নাৱ বলাৎকাৰ কাণ্ডৰ মুল অভিযুক্তৰ ফটো, প্ৰতিক্ৰিয়া ব্যক্ত কংগ্ৰেছ নেত্ৰীৰ...  •  ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...

ছবি ঘৰত ছুপাৰ হিট ‘ছুপাৰ ৩০’…

547

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ছবিঘৰত মুক্তি পোৱা ঋতিক ৰোচন অভিনীত ছবি ‘ছুপাৰ-৩০’য়ে প্ৰথম দিনাই দৰ্শকৰ অভূতপূৰ্ব সহাঁৰি লাভ কৰিছে। মুক্তিৰ দিনাই ছবিখনে উপাৰ্জন কৰিছে ১২ কোটি টকা। আনন্দ কুমাৰৰ জীৱনভিত্তিক এক ভিন্নধৰ্মী ছবিখন এনেদৰে চলিলে প্ৰথম সপ্তাহতে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, এই ছবিখনৰ বাজেট প্ৰায় ৭০ কোটি। ঋতিকৰ বাহিৰেও ছবিখনত পংকজ ত্ৰিপাঠী,আদিত্য শ্ৰীবাস্তৱ, আৰু মৃণাল ঠাকুৰে অভিনয় কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি