গুৱাহাটী ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ চুপাৰী

গুৱাহাটী ৰেল ষ্টেচনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ চুপাৰী
  • পুনৰ জব্দ বৃহৎ পৰিমাণৰ চুপাৰী।
  • গুৱাহাটী ৰেল ষ্টেচনত জব্দ চুপাৰী খিনি।
  • ৰাজধানী এক্সপ্ৰেছত উদ্ধাৰ ৪৪ বেগ  চুপাৰী।
  • কামৰূপ এক্সপ্ৰেছত উদ্ধাৰ ২২ বেগ।
  • চুপাৰী খিনি বাৰ্মিজ চুপাৰী হোৱাৰ সন্দেহ ৰেল আৰক্ষীৰ।
  • যাত্ৰীবাহী ৰেল যোগে সৰবৰাহ হৈ থকা অৱস্থাত উদ্ধাৰ।
  • ডিমাপুৰৰ পৰা চি এনবিলৈ নিবলৈ আনিছিল ৪৪ বেগ।
  • ডিমাপুৰৰ পৰা হাওৰালৈ ২২  বেগ।
  • শনিবাৰে পুৱা GRP ৰ অভিযানত জব্দ চুপাৰি খিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in