শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক অনা হ’ল জিএমচিএইচলৈ…

  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হ’ল কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক।
  • বঙাইগাঁৱত নিশা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল এই কুখ্যাত চুপাৰি মাফিয়াটোৱে।
  • তাৰপাছতে আৰক্ষীয়ে আব্দুল হান্নানৰ বাঁওভৰিত গুলী লাগিছিল।
  • আব্দুল হান্নানক বাধা দিয়া সময়তে আঘাতপ্ৰাপ্ত হৈছিল এগৰাকী আৰক্ষী বিষয়াও।
  • চুপাৰি তদন্তৰ বাবে ছাপ্ৰাকাটলৈ লৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা।
  • প্রথম বাবলুক ভৰ্তি কৰা হৈছিল বঙাইগাঁও জিলা হাস্পতালত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি