কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক অনা হ’ল জিএমচিএইচলৈ…

কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক অনা হ’ল জিএমচিএইচলৈ…
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হ'ল কুখ্যাত চুপাৰি মাফিয়া আব্দুল হান্নান ওৰফে বাবলুক।
  • বঙাইগাঁৱত নিশা আৰক্ষীৰ অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল এই কুখ্যাত চুপাৰি মাফিয়াটোৱে।
  • তাৰপাছতে আৰক্ষীয়ে আব্দুল হান্নানৰ বাঁওভৰিত গুলী লাগিছিল।
  • আব্দুল হান্নানক বাধা দিয়া সময়তে আঘাতপ্ৰাপ্ত হৈছিল এগৰাকী আৰক্ষী বিষয়াও।
  • চুপাৰি তদন্তৰ বাবে ছাপ্ৰাকাটলৈ লৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা।
  • প্রথম বাবলুক ভৰ্তি কৰা হৈছিল বঙাইগাঁও জিলা হাস্পতালত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in