শেহতীয়া খবৰ
বোকাখাতৰ শংকৰদেৱ সংঘৰ অধিৱেশনলৈ নেতা-মন্ত্ৰীক মতাৰ সিদ্ধান্ত...  •  পুনেত কা, এনআৰচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আটক ২৫০ গৰাকী...  •  বেডমিণ্টনক বিদায় দি ৰাজনীতিলৈ আহিল চাইনা নেহৱাল…  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা  •  টকিঅ' অলিম্পিক, ২০২০ৰ বাবে নিৰ্বাচিত এথলিট নীৰজ চোপ্ৰা  •  ৩১ জানুৱাৰীত উন্মোচন কৰা হ’ব দিগন্ত কুমাৰ নাথৰ ‘চলন্তিকা’  •  কুশলে আছে ৰেৱতী ফুকন...  •  নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে নামতিত জনজাগৰণ সমাবেশঃ বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিজেপি চৰকাৰক তীব্র ভাষাৰে সমালোচনা, VIDEO  •  উত্তৰ পূবৰ পৰা উভতাই নিব সেনাঃ স্থল সেনাপ্ৰধান  •  উত্তৰ পূবৰ পৰা উভতাই নিব সেনাঃ স্থল সেনাপ্ৰধান

মহানগৰীৰ চূণচালিত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪ কিশোৰ..

116
  • মহানগৰীৰ চূণচালিৰ ৰামছিং চাপৰিত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত সন্ধানহীন ৪ কিশোৰ।
  • সন্ধানহীন কিশোৰকেইটাৰ সন্ধানত উদ্ধাৰ অভিযান অব্যাহত এছ ডি আৰ এফ আৰু নদী আৰক্ষীৰ।
  • ব্ৰহ্মপুত্ৰত সন্ধানহীন হোৱা কিশোৰ কেইটা হৈছে নুনমাটি নিজৰাপাৰৰ।
  • কিশোৰকেইটাৰ নাম হৈছে ছাইদুল হুছেইন, ছানিদুল আলী, নাছিৰ আলী আৰু নাজিৰুল আলী।
  • মুঠ ১২টি কিশোৰে গা ধুবলৈ গৈছিল ব্ৰহ্মপুত্ৰত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি