শেহতীয়া খবৰ
অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  অসাৰ হ’ব নেকি উচ্চস্তৰীয় কমিটীৰ পৰামৰ্শ! ক’ত হেৰাল প্ৰতিশ্ৰুতি? অসমত প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  দেশৰ ৪ শীৰ্ষ কৰ্কট ৰোগৰ প্ৰশিক্ষণ কেন্দ্ৰৰ তালিকাত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান, বিলাতলৈ যাব নালাগে এতিয়া অসমতে উপলব্ধ কেবাটাও গুৰুত্বপূৰ্ণ পাঠ্যক্ৰম...  •  অৰবিন্দ কেজৰিৱালঃ দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত যদি আপৰ নেতা-কৰ্মী জড়িত তেন্তে...  •  সৰুপথাৰত অস্ত্ৰ শস্ত্ৰসহ দুজনক গ্ৰেপ্তাৰ...  •  দিল্লীৰ হিংসা ঘটনাত কোনো আপ নেতা দোষী সাব্যস্ত হ’লে দুগুণ শাস্তি বিহা হ’বঃ মুখ্যমন্ত্ৰী কেজৰিৱাল  •  অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ...  •  মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্রাবাসত আক্ৰমণৰ ঘটনাঃ নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত উত্তাল প্ৰতিবাদ শিক্ষাৰ্থীৰ...VIDEO  •  কাছাৰত নাইম এমএম পিষ্টল-সজীৱ গুলী আৰু নগদ ধনসহ গ্ৰেপ্তাৰ ২ জেডইউএফ উগ্ৰপন্থী

ডিজিটেল মাধ্যমত আহি আছে ছানী লিয়নীৰ ধাৰাবাহিক…

373

ডিজিটেল ডেস্কঃ এক ধাৰাবাহিকত দেখা যাব ছানী লিয়নীক। এই ধাৰাবাহিক কোনো টিভি চেনেলৰ বাবে নিৰ্মাণ কৰা হোৱা নাই। ডিজিটেল মাধ্যমত সম্প্ৰচাৰ হ’ব এই ধাৰাবাহিক। এই ধাৰাবাহিকসহ যথেষ্ট ৰোমাঞ্চকৰ। এবাৰ অন্য ৰূপত ধৰা দিব দৰ্শকৰ সন্মুখত ছানী লিয়নীয়ে।

এই ধাৰাবাহিকখনৰ নাম বা অন্যান্য বিষয় সন্দৰ্ভত এতিয়ালোকে কোন কথা সদৰী কৰা হোৱা নাই। এই সন্দৰ্ভত কোৱা হৈছে ডিজিটেল প্লেটফৰ্মৰ বাবে নিৰ্মাণ কৰা এখন ধাৰাবাহিকত অভিনয় কৰিব ছানী লিয়নীয়ে। ছানীৰ এই নতুন ধাৰাবাহিকখন হ’ব হাস্যব্যাংগাত্মক।ছানী লিয়নীৰ এই ধাৰাবাহিকৰ খবৰে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি