শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

হঠাৎ কিয় আহিব কাৰ্বিআংলঙলৈ ছানি দেউল…

1,757
  • কাৰ্বিআংলঙলৈ আহিব বলিউডৰ ছুপাৰষ্টাৰ ছানি দেউল।
  • ১৯ ফেব্ৰুৱাৰীত কাৰ্বিআংলঙৰ তাৰালাংচুলৈ অহাৰ কথা ছানি দেউল।
  • কাৰ্বি যুৱ মহোৎসৱলৈ নিমন্ত্ৰণ কৰা হৈছে অভিনেতা তথা বিজেপিৰ সাংসদগৰাকীক।
  • ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে তাৰালাংচুত কাৰ্বি যুৱ মহোৎসৱ।
  • ৫ দিনীয়া এই যুৱ মহোৎসৱৰ কাৰ্যসূচী অন্ত পৰিব ১৯ ফেব্ৰুৱাৰীত।
  • কাৰ্বি যুৱ মহোৎসৱৰ উপলক্ষ্যে ডিফুৰ নিকটৱৰ্তী তাৰালাংচুত উছৱমুখৰ পৰিৱেশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি