শেহতীয়া খবৰ
কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...

পঞ্জাৱৰ অমৃতসৰত বিজেপি প্ৰাৰ্থী তথা অভিনেতা চানী দেউলৰ বিশাল ৰোড শ্ব’

115
  • পঞ্জাৱৰ অমৃতসৰত বিজেপি প্ৰাৰ্থী তথা অভিনেতা চানী দেউলৰ বিশাল ৰোড শ্ব’।
  • হাজাৰোধিক জনতাই অংশ ল’লে চানী দেউলৰ ৰোড শ্ব’ত।
  • পঞ্জাৱৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চানী দেউলে।
  • উল্লেখ্য যে, পঞ্জাৱৰ ১৩ খন লোকসভা আসনৰ বাবে অন্তিম পৰ্যায়ত হ’ব ভোটগ্ৰহণ।
  • ১৯ মে’ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিব ১৭ মে’ত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি