পঞ্জাৱৰ অমৃতসৰত বিজেপি প্ৰাৰ্থী তথা অভিনেতা চানী দেউলৰ বিশাল ৰোড শ্ব’

পঞ্জাৱৰ অমৃতসৰত বিজেপি প্ৰাৰ্থী তথা অভিনেতা চানী দেউলৰ বিশাল ৰোড শ্ব’
  • পঞ্জাৱৰ অমৃতসৰত বিজেপি প্ৰাৰ্থী তথা অভিনেতা চানী দেউলৰ বিশাল ৰোড শ্ব'।
  • হাজাৰোধিক জনতাই অংশ ল'লে চানী দেউলৰ ৰোড শ্ব'ত।
  • পঞ্জাৱৰ গুৰদাসপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব চানী দেউলে।
  • উল্লেখ্য যে, পঞ্জাৱৰ ১৩ খন লোকসভা আসনৰ বাবে অন্তিম পৰ্যায়ত হ'ব ভোটগ্ৰহণ।
  • ১৯ মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰিব ১৭ মে'ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in