দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব কোনে ল’ব…

দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্তৰ দায়িত্ব কোনে ল’ব…
  • দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব ল'ব সুশীল চন্দ্ৰাই।
  • কেন্দ্ৰীয় চৰকাৰে যিকোনো সময়তে জাৰি কৰিব কৰিব পাৰে এই নিৰ্দেশ।
  • নিৰ্বাচনী আয়োগত নিৰ্বাচনী আয়ুক্ত হিচাপে কৰ্মৰত জ্যেষ্ঠ বিষয়াগৰাকী।
  • অহা ১৩ এপ্ৰিলত দায়িত্বভাৰ গ্ৰহণ কৰিব পাৰে সুশীল চন্দ্ৰাই।
  • উক্তদিনটোতে বৰ্তমানৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই অৱসৰ গ্ৰহণ কৰিব।
  • সুশীল চন্দ্ৰাৰ কাৰ্যকাল ২০২২ৰ ১৪ মে'ৰ লৈকে থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in