বুধবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰে দেশৰ মুখ্য নিৰ্বাচনী বিষয়া সুনীল আৰোৰাই…

বুধবাৰে পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰে দেশৰ মুখ্য নিৰ্বাচনী বিষয়া সুনীল আৰোৰাই…
  • শক্তিপীঠ কামাখ্যা মন্দিৰত উপস্থিত হয় দেশৰ মুখ্য নিৰ্বাচন বিষয়া ।
  • মা কামাখ্যাৰ আশীষ বিচাৰি বুধবাৰে পুৱাতে উপস্থিত সুনীল আৰোৰা ।
  • সুনীল আৰোৰাৰ সৈতে মন্দিৰ দৰ্শন কৰে নিৰ্বাচন আয়োগৰ দলটোৱে ।
  • মা কামাখ্যাত পূজা-অৰ্চনা আগবঢ়াই নিৰ্বাচন আয়োগৰ দলটোৱে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in