দেওবাৰে দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ…

দেওবাৰে দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ…
  • অন্ত পৰিল লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান।
  • দেওবাৰে দেশত সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
  • ৫৯টা সমষ্টিত সম্পন্ন হ'ব ভোটগ্ৰহণ।
  • প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসীতো দেওবাৰে হ'ব ভোটগ্ৰহণ।
  • পঞ্জাৱৰ ১৩টা সমষ্টিত দেওবাৰে হ'ব ভোটগ্ৰহণ।
  • উত্তৰ প্ৰদেশ, পশ্চিমবংগ, বিহাৰ, মধ্যপ্ৰদেশতো হ'ব ভোটগ্ৰহণ।
  • শুকুৰবাৰে বিয়লি অন্ত পৰিল লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান।
  • প্ৰচাৰৰ অন্তিম মুহূৰ্তত প্ৰথমবাৰলৈ প্ৰধানমন্ত্ৰী মোডীয়ে সম্বোধন কৰিছিল সংবাদমেল।
  • ২৩ মে'ত হ'ব লোকসভা নিৰ্বাচনৰ ভোটগণনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in