দেওবাৰেহে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ…

দেওবাৰেহে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ…
  • দেওবাৰেহে অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ।
  • পুৱা গুৱাহাটীত উপস্থিত হ'বহি বিজেপি সভাপতিজন।
  • গুৱাহাটীৰ পৰা পোনে পোনে ৰাওনা হ'ব লখিমপুৰলৈ।
  • লখিমপুৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।
  • লখিমপুৰৰ পৰা উভতি গুৱাহাটীৰ বেলতলাত বিজেপি কাৰ্যালয়ৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব শ্বাহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in