দেওবাৰে খোলা থাকিব বেংক…

দেওবাৰে খোলা থাকিব বেংক…
  • অহা দেওবাৰে খোলা থাকিব বেংক।
  • সকলো বেংক খুলিবলৈ জাৰি কৰা হৈছে নিৰ্দেশ।
  • ৰিজাৰ্ভ বেংকে এই নিৰ্দেশ জাৰি কৰিছে।
  • দেওবাৰ অর্থাৎ ৩১ মাৰ্চ চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো দিন।
  • এই দিনটোত যথেষ্ট লেন-দেন হয় বেংকত।
  • দেওবাৰ হোৱাৰ বাবে বেংক খোলা ৰাখিবলৈ বিশেষ নিৰ্দেশ জাৰি কৰিছে আৰ পি আই-য়ে।
  • বেংক কৰ্তৃপক্ষক বেংকৰ শাখাসমূহ খোলা ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
  • বেংকসমূহ খোলা ৰখাৰ সন্দৰ্ভত প্ৰচাৰ চলাবলৈও বেংক কৰ্তৃপক্ষক আৰ বি আই-য়ে দিছে নিৰ্দেশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in