শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

দেওবাৰে খোলা থাকিব বেংক…

1,279
  • অহা দেওবাৰে খোলা থাকিব বেংক।
  • সকলো বেংক খুলিবলৈ জাৰি কৰা হৈছে নিৰ্দেশ।
  • ৰিজাৰ্ভ বেংকে এই নিৰ্দেশ জাৰি কৰিছে।
  • দেওবাৰ অর্থাৎ ৩১ মাৰ্চ চলিত বিত্তীয় বৰ্ষৰ অন্তিমটো দিন।
  • এই দিনটোত যথেষ্ট লেন-দেন হয় বেংকত।
  • দেওবাৰ হোৱাৰ বাবে বেংক খোলা ৰাখিবলৈ বিশেষ নিৰ্দেশ জাৰি কৰিছে আৰ পি আই-য়ে।

  • বেংক কৰ্তৃপক্ষক বেংকৰ শাখাসমূহ খোলা ৰাখিবৰ বাবে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।
  • বেংকসমূহ খোলা ৰখাৰ সন্দৰ্ভত প্ৰচাৰ চলাবলৈও বেংক কৰ্তৃপক্ষক আৰ বি আই-য়ে দিছে নিৰ্দেশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি