মোক্ষম আঘাতঃমন্ত্ৰী চুম’ ৰংহাঙে এৰিব বিজেপি!…

মোক্ষম আঘাতঃমন্ত্ৰী চুম’ ৰংহাঙে এৰিব বিজেপি!…
  • কাৰ্বি আংলঙত বিজেপিক মোক্ষম আঘাত।
  • দল এৰিব দলটোৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী চুম' ৰংহাঙে।
  • টিকট নোপোৱাৰ পাছতে অসন্তুষ্টি ব্যক্ত কৰি এই সিদ্ধান্ত গ্ৰহণৰ দিশে নেতাগৰাকী।
  • কংগ্ৰেছত যোগদান কৰি প্ৰাৰ্থিত্ব আগবঢ়াব পাৰে মন্ত্ৰীগৰাকীয়ে।
  • ১৯নং ডিফু সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে ৰংহাঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in