এইবাৰ গৰম বন্ধ কেতিয়া? জনালে শিক্ষামন্ত্ৰীয়ে…

এইবাৰ গৰম বন্ধ কেতিয়া? জনালে শিক্ষামন্ত্ৰীয়ে…
  • ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানখনসমূহৰ গৰমবন্ধ ঘোষণা।
  • পূৰ্বতকৈ আগুৱাই দিয়া হৈছে গৰম বন্ধ।
  • ২৫ জুনৰ পৰা ২৫ জুলাইলৈকে ১ মাহ গৰম বন্ধ পাব ছাত্ৰ-ছাত্ৰীয়ে।
  • বান পানীৰ বাবে বহু শিক্ষানুষ্ঠান বন্ধ হৈ আছে।
  • সেয়েহে এইবাৰ আগুৱাই দিয়া হৈছে গৰম বন্ধ।
  • শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে এই গৰম বন্ধ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in