২৮ ছেপ্টেম্বৰত ছবিগৃহলৈ ‘ছুই ধাগা’, প্ৰ’ম’শ্যনেল ভিডিঅ’ত অসমৰ সংযুক্তা দত্তৰ কথা…

২৮ ছেপ্টেম্বৰত ছবিগৃহলৈ ‘ছুই ধাগা’, প্ৰ’ম’শ্যনেল ভিডিঅ’ত অসমৰ সংযুক্তা দত্তৰ কথা…

ডিজিটেল ডেস্কঃ  ২৮ ছেপ্টেম্বৰত ছবিঘৰলৈ আহিব বলিউদৰ নতুন ছবি 'ছুই ধাগা'। এই ছবিখনৰ প্ৰচাৰৰ বাবে নিৰ্মাণ কৰা হৈছে এটা ভিডিঅ'। য'ত অসমৰ কথা বিশেষভাৱে উল্লেখ আছে। অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তক লৈ নিৰ্মাণ কৰা হৈছে এই ভিডিঅ'টো। কিয় সংযুক্তাক প্ৰাধান্য দিয়া হৈছে এই ছবিখনৰ প্ৰ'ম'শ্যনেল ভিডিঅ'টোত? চাওঁক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in