ছুডানৰ এলপিজি টেংকাৰত বিস্ফোৰণঃ নিহত ২৩ জন, আহত ১০০ৰো অধিক…

ছুডানৰ এলপিজি টেংকাৰত বিস্ফোৰণঃ নিহত ২৩ জন, আহত ১০০ৰো অধিক…

ডিজিটেল ডেস্কঃ ছুডানৰ এটা গুডামত সংঘটিত হ'ল বিস্ফোৰণ। এখন এল পি জিৰ টেংকাৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত প্ৰাণ হেৰুৱালে ২৩জনকৈ লোকে। আৰু এই বিস্ফোণৰত নিহত হোৱা একাংশ লোক ভাৰতীয় নাগৰিক। ইফালে, এই বিস্ফোৰত আহত হয় ১০৩জনকৈ লোক।

বিস্ফোৰণৰ ঘটনাৰ সন্দৰ্ভত দূতাবাসৰ ৱেবছাইটত লিখিছে- বৰ্তমানলৈ লাভ কাতথ্য অনুসৰি ভাৰতীয় শ্ৰমিক সহ বহু কেইজন লোকৰ মৃত্যু হয়। লগতে দূতাবাসে জনাই যে,ফেক্টৰীটোত প্ৰায় ৫০জন ভাৰতীয় নাগৰিকে শ্ৰমিক হিচাপে কাম কৰি আছে।ছুডান চৰকাৰে এই ঘটনাৰফলত ২৩জন লোকৰ মৃত্যু আৰু ২০১৩জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ কখা সদৰী কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in