শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

ছুডানৰ এলপিজি টেংকাৰত বিস্ফোৰণঃ নিহত ২৩ জন, আহত ১০০ৰো অধিক…

204

ডিজিটেল ডেস্কঃ ছুডানৰ এটা গুডামত সংঘটিত হ’ল বিস্ফোৰণ। এখন এল পি জিৰ টেংকাৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত প্ৰাণ হেৰুৱালে ২৩জনকৈ লোকে। আৰু এই বিস্ফোণৰত নিহত হোৱা একাংশ লোক ভাৰতীয় নাগৰিক। ইফালে, এই বিস্ফোৰত আহত হয় ১০৩জনকৈ লোক।

বিস্ফোৰণৰ ঘটনাৰ সন্দৰ্ভত দূতাবাসৰ ৱেবছাইটত লিখিছে- বৰ্তমানলৈ লাভ কা তথ্য অনুসৰি ভাৰতীয় শ্ৰমিক সহ বহু কেইজন লোকৰ মৃত্যু হয়। লগতে দূতাবাসে জনাই যে, ফেক্টৰীটোত প্ৰায় ৫০জন ভাৰতীয় নাগৰিকে শ্ৰমিক হিচাপে কাম কৰি আছে।ছুডান চৰকাৰে এই ঘটনাৰ ফলত ২৩জন লোকৰ মৃত্যু আৰু ২০১৩জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ কখা সদৰী কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি