শেহতীয়া খবৰ
শিলচৰত সংখ্যালঘু আৰু চাহ জনগোষ্ঠীয় ভোটাৰে নিৰূপণ কৰিব সুস্মিতা-ৰাজদ্বীপৰ ভাগ্য  •  গভীৰ ৰহস্যৰ আৱৰ্তত চাপৰৰ বিজেপি নেতা তথা চিকিৎসক হত্যাকাণ্ডৰ ঘটনা, VIDEO  •  সোণোৱাল-মোডী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ অতুল বৰা  •  নতুন দিল্লীত ভাৰত চৰকাৰৰে নগা বিদ্ৰোহী এনএছচিএন (আই এম)ৰ যুদ্ধ বিৰতি পৰ্যালোচনা বৈঠক  •  মথুৰাপুৰৰ শ্ৰীপুৰত আশীৰ্বাদ গ্ৰাম্য সংগঠনৰ কাৰ্যালয় নিৰ্মাণৰ শুভাৰম্ভ  •  প্ৰধানমন্ত্ৰীৰ ৫৬ ইঞ্চিৰ বুকুক উপহাস! মোডীক লৈ নিৰ্মাণ হ’ব লাগে কমেডী চিনেমা, কাৰ মন্তব্য এয়া...  •  ফ্লায়িং স্কোৱাডৰ দলক বাধাঃ হেলিকপ্টাৰত তালাচী চলাবলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে, VIDEO  •  থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ... VIDEO  •  তামুলপুৰৰ ছলিকান্দাত ইউপিপিএলৰ নিৰ্বাচনী সভা  •  ৰৌমাৰী পাথাৰত অঘটন, ট্ৰেক্টৰৰ চেপাত এজনৰ মৃত্যু

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰৰ প্ৰতিবাদ

71
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত প্ৰতিবাদ।
  • গোলাঘাটত বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সমাজে।
  • সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচী।
  • সৰুপথাৰ নগৰৰ মাজমজিয়াত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ-ছাত্ৰীৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী আৰু চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল পৰিৱেশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি