নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰৰ প্ৰতিবাদ

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গোলাঘাটত ছাত্ৰৰ প্ৰতিবাদ
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গোলাঘাটত প্ৰতিবাদ।
  • গোলাঘাটত বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সমাজে।
  • সৰুপথাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু ধনশিৰি মহকুমা ছাত্ৰ সমাজৰ প্ৰতিবাদী কাৰ্যসূচী।
  • সৰুপথাৰ নগৰৰ মাজমজিয়াত পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত ছাত্ৰ-ছাত্ৰীৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী আৰু চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in