বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা,টুইটাৰত চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ…

বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা,টুইটাৰত চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ…
  • দেশত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমন ।
  • টুইটাৰত চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ ।
  • টুইটাৰত #cancelboardexams2021, #CancelourCBSEboardexams2021 আৰু #CancelBoards2021 ট্ৰেণ্ড চলি থকা পৰিলক্ষিত হয় ।
  • ৪ মেৰ পৰা অনুষ্ঠিত হ'ব চিবিএছচি পৰীক্ষা ।
  • কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকক টেগ কৰি টুইট কৰিছে শিক্ষাৰ্থী সকলে ।
  • শিক্ষাৰ্থী সকলে অনলাইন ভাবে পৰীক্ষা অনুষ্ঠিত কৰাৰো মন্তব্য কৰে ।
  • এই সন্দৰ্ভত ব'ৰ্ডে বৰ্তমানলৈ কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in