সাৱধান! আজি নিশাই আহিব পাৰে BUREVI…

সাৱধান! আজি নিশাই আহিব পাৰে BUREVI…

ডিজিটেল ডেস্কঃ প্ৰৱল ঘূৰ্ণীবতাহৰ আশংকাত দক্ষিণ ভাৰত। বতৰ বিজ্ঞান বিভাগে সদৰি কৰা অনুসৰি, বৃহস্পতিবাৰ নিশা অথবা শুকুৰবাৰে পুৱাৰ ভাগত তামিলনাডুৰ সাগৰীয় কাষৰীয়া অঞ্চলত প্ৰৱল ঘূৰ্ণীবতাহ অহাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগে ৰেড এৰ্লাট জাৰি কৰাৰ পাছতে তামিলনাডু প্ৰশাসন অধিক সষ্টম হৈছে। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়েও তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি সকলো ধৰণৰ সহযোগিতাৰ কথা ব্যক্ত কৰিছে। ইফালে কেৰালাতো জাৰি কৰা হৈছে ৰেড এৰ্লাট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in