ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ, ভাগি পৰিল বিহুৰ পেণ্ডেল

ৰাজ্যজুৰি ধুমুহাৰ তাণ্ডৱ, ভাগি পৰিল বিহুৰ পেণ্ডেল
  • নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিল ধুমুহাৰ সন্ত্ৰাস।
  • প্ৰচণ্ড ধুমুহাই ধ্বংসযজ্ঞ চলালে ঠায়ে ঠায়ে।
  • মহানগৰীতো নিশা বিধ্বংসী ধুমুহাত বিস্তৰ ক্ষতিসাধন।
  • লতাশিল খেলপথৰাত অনুষ্ঠিত বিহু মঞ্চৰ পেণ্ডেল ভাঙি পৰিল ধুমুহাত।
  • মালিগাঁও আৰু চানমাৰি বিহুতলীৰো পেণ্ডেলৰো ক্ষতিসাধন।
  • পথৰ ওপৰত গছ বাগৰি পৰি যাতায়তত অসুবিধাৰ সৃষ্টি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in