গহপুৰত ধুমুহাৰ তাণ্ডৱ…

গহপুৰত ধুমুহাৰ তাণ্ডৱ…
  • গহপুৰত ধুমুহাৰ তাণ্ডৱ।
  • নিশা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে গহপুৰ অঞ্চলত।
  • গহপুৰ মহকুমাৰ শান্তিপুৰ উপস্বাস্থ্য কেন্দ্রটোৰ বিস্তৰ ক্ষতিসাধন ধুমুহাত।
  • পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্ততো ধুমুহাই ভাগি পেলায় কেইবাটাও বাসগৃহৰ লগতে গছ-গছনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in