লকডাউনৰ মাজত নামাজ পঢ়িবলৈ যোৱাত বাধা দিয়াৰ বাবেই আৰক্ষীক প্ৰহাৰ… VIDEO

লকডাউনৰ মাজত নামাজ পঢ়িবলৈ যোৱাত বাধা দিয়াৰ বাবেই আৰক্ষীক প্ৰহাৰ… VIDEO
  • শুকুৰবাৰে কৰ্ণাটকত আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ।
  • লকডাউনৰ মাজত নামাজ পঢ়িবলৈ যোৱা এটা দলক বাধা দিয়াৰ পাছত তেওঁলোকে শিলাবৰ্ষণ কৰে আৰক্ষীৰ ওপৰত।
  • ৰাজ্যখনৰ হুবলিত সংঘটিত হৈছে এই ঘটনা।
  • এই ঘটনাত আহত হৈছে চাৰিজনকৈ আৰক্ষী জোৱান।
  • শিলাবৰ্ষণ কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা।
  • এই কথা জনালে হুবলি-ধৰৱাদৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in