শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

লকডাউনৰ মাজত নামাজ পঢ়িবলৈ যোৱাত বাধা দিয়াৰ বাবেই আৰক্ষীক প্ৰহাৰ… VIDEO

353
  • শুকুৰবাৰে কৰ্ণাটকত আৰক্ষীক লক্ষ্য কৰি শিলাবৰ্ষণ।
  • লকডাউনৰ মাজত নামাজ পঢ়িবলৈ যোৱা এটা দলক বাধা দিয়াৰ পাছত তেওঁলোকে শিলাবৰ্ষণ কৰে আৰক্ষীৰ ওপৰত।
  • ৰাজ্যখনৰ হুবলিত সংঘটিত হৈছে এই ঘটনা।
  • এই ঘটনাত আহত হৈছে চাৰিজনকৈ আৰক্ষী জোৱান।
  • শিলাবৰ্ষণ কৰা সকলৰ বিৰুদ্ধে লোৱা হ’ব আইনী ব্যৱস্থা।
  • এই কথা জনালে হুবলি-ধৰৱাদৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি