অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • মে' মাহত চৰকাৰী চাকৰিয়ালসকলে সময় মতে পাব দৰমহা।
  • লগতে পেঞ্চন পাবলগীয়া লোকসকলেও সময় মতে পাব।
  • কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে আহিছে আন এক ভাল খবৰ।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে আন এক গুৰুত্বপূৰ্ণ ঘোষণা।
  • ৰাজ্যৰ অৰ্থনীতিৰ অৱস্থা পূৰ্বৰ তুলনাত সুচল হোৱা বুলিও প্ৰকাশ।
  • টুইটযোগে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in