শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা, ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাঃ চাওক কেবিনেটৰ অন্যান্য সিদ্ধান্তসমূহ

  • জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক।
  • ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে এই বৈঠকত।
  • অধ্যাপক ড০ ননীগোপাল মহন্তক প্ৰদান কৰা হৈছে শিক্ষা বিভাগৰ উপদেষ্টাৰ দায়িত্ব।
  • অধ্যাপক ড০ ননীগোপাল মহন্তই লাভ কৰিব ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা।
  • নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে পূৰ্ণ কৰ্তৃত্ব।
  • একচনীয়া পট্টা থকা লোকসকলক পি এম কিষাণ যোজনাৰ বাবে যোগ্য হিচাপে বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ।
  • আনহাতে তৌজিবাহী খাজনা থকাসকলো অন্তৰ্ভুক্ত হ’ব এই আঁচনিত।
  • প্ৰতিখন জিলাত গঠন কৰা হ’ব জিলা তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।
  • প্ৰতিটো ব্লকত গঠন কৰা হ’ব ব্লক তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি