ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা, ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাঃ চাওক কেবিনেটৰ অন্যান্য সিদ্ধান্তসমূহ

ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা, ননীগোপাল মহন্তক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদাঃ চাওক কেবিনেটৰ অন্যান্য সিদ্ধান্তসমূহ
  • জনতা ভৱনত ৰাজ্যিক কেবিনেটৰ বৈঠক।
  • ৰাজেন গোহাঁইক কেবিনেট মৰ্যাদা প্ৰদান কৰা হৈছে এই বৈঠকত।
  • অধ্যাপক ড০ ননীগোপাল মহন্তক প্ৰদান কৰা হৈছে শিক্ষা বিভাগৰ উপদেষ্টাৰ দায়িত্ব।
  • অধ্যাপক ড০ ননীগোপাল মহন্তই লাভ কৰিব ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা।
  • নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক প্ৰদান কৰা হৈছে পূৰ্ণ কৰ্তৃত্ব।
  • একচনীয়া পট্টা থকা লোকসকলক পি এম কিষাণ যোজনাৰ বাবে যোগ্য হিচাপে বিবেচনাৰ সিদ্ধান্ত গ্ৰহণ।
  • আনহাতে তৌজিবাহী খাজনা থকাসকলো অন্তৰ্ভুক্ত হ'ব এই আঁচনিত।
  • প্ৰতিখন জিলাত গঠন কৰা হ'ব জিলা তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।
  • প্ৰতিটো ব্লকত গঠন কৰা হ'ব ব্লক তদাৰক কমিটী আৰু নিৰীক্ষণ কমিটী।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in