শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

ইয়েচ বেংকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক…

958
  • বিত্তীয় সংকটত পৰা ইয়েচ বেংকৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক।
  • শনিবাৰে বেংকটোৰ বিভিন্ন বিষয় লৈ ষ্টেট বেংকৰ অধ্যক্ষই সম্বোধন কৰে এখন সংবাদমেল।
  • সংবাদ মেলত তেওঁ কয়, ‘ইয়েচ বেংকক এই সংকটৰ পৰ মুক্ত কৰিবৰ বাবে ২০ হাজাৰ কোটি টকাৰ আৱশ্যক।’
  • ‘এই গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়েচ বেংকত ২৪৫০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।’
  • অধ্যক্ষ গৰাকীয়ে লগতে ইয়েচ বেংকৰ ৪৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকট কৰে।
  • ইফালে ইয়েচ বেংকৰ অধ্যক্ষৰ ঘৰত শনিবাৰে পুৱাই আয়কৰ বিভাগে চলালে অভিযান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি