ইয়েচ বেংকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক…

ইয়েচ বেংকক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক…
  • বিত্তীয় সংকটত পৰা ইয়েচ বেংকৰ উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছে ষ্টেট বেংক।
  • শনিবাৰে বেংকটোৰ বিভিন্ন বিষয় লৈ ষ্টেট বেংকৰ অধ্যক্ষই সম্বোধন কৰে এখন সংবাদমেল।
  • সংবাদ মেলত তেওঁ কয়, 'ইয়েচ বেংকক এই সংকটৰ পৰ মুক্ত কৰিবৰ বাবে ২০ হাজাৰ কোটি টকাৰ আৱশ্যক।'
  • 'এই গ্ৰাহকসকলৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়েচ বেংকত ২৪৫০ কোটি টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।'
  • অধ্যক্ষ গৰাকীয়ে লগতে ইয়েচ বেংকৰ ৪৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰাৰ সম্ভাৱনাৰ কথাও প্ৰকট কৰে।
  • ইফালে ইয়েচ বেংকৰ অধ্যক্ষৰ ঘৰত শনিবাৰে পুৱাই আয়কৰ বিভাগে চলালে অভিযান।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in