শেহতীয়া খবৰ
২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...

প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ দেহাৱসানত ৰাজ্যিক বিজেপিৰ শোক…

222

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাক্তন বিত্তমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ।

এগৰাকী নিষ্ঠাবান দলৰ কৰ্মীৰ মৃত্যুই দেশপ্ৰেমিক নেতা হেৰুৱাব লগা হল বুলি বিজ্ঞপ্তিত প্ৰকাশ কৰে । ভাৰতৰ অৰ্থ ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰি বিশ্বদৰবাৰলৈ আগুৱাই নিয়া প্ৰাক্তন নেতা গৰাকীৰ অসাধাৰণ অৱদান সদায়ে চিৰস্মৰণীয় হৈ ৰব।

আনহাতে দলৰ কাৰ্যকতাৰ উপস্থিতিত হেঙেৰাবাৰী কাৰ্যালয়ত সন্ধিয়া মৌন প্ৰাৰ্থনা জনায়। এই জ্যেষ্ঠ নেতা গৰাকীৰ এই মৌন প্ৰাৰ্থনা কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি