শেহতীয়া খবৰ
ভাৰতত কোৰোনাত মৃত্যু ৮৫হাজাৰো অধিক লোক...  •  চিৰাঙত যাত্ৰীবাহী বাহনত চোৰাং কাঠ...  •  প্ৰধানমন্ত্ৰীয়ে ক'লেঃ সাৱধান, কোৰোনাৰ দ্বিতীয় ৱেভ আৰম্ভ...  •  পুৱাই ভূমিকম্প...  •  চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...

সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, বিজেপিয়ে বোকাখাটত সন্দেহযুক্ত বাংলাদেশীৰে সভা পাতিছেঃ শৃংখল চলিহা, VIDEO

444
  • চামগুৰিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।
  • ‘সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, আত্মসমৰ্পণৰ বাবে আত্ম প্ৰকাশ কৰিছে কিছু সন্ত্ৰাসবাদী সংগঠনে।’

  • ‘এইবাৰ আন্দোলনে নেতা নবনাই, সিংহহে বনাব’- নতুন দলৰ সন্দৰ্ভত মন্তব্য শৃংখল চলিহাৰ।
  • ‘অসমত গণতন্ত্ৰ নহয় বিজেপিতন্ত্ৰ চলিছে।’

  • বিজেপিয়ে বোকাখাটত সন্দেহযুক্ত বাংলাদেশীৰে সভা পাতিছে বুলি মন্তব্য শৃংখল চলিহাৰ।
  • ‘কংগ্ৰেছ এতিয়া এটা নস্যাৎ দল, ইতিমধ্যেই নতুন দল খোলাসমূহ বিজেপিৰ বি টীম।’
  • ‘বিজেপিয়ে বোকাখাতত সন্দেহযুক্ত বাংলাদেশীৰ মিটিং পাতিছে।’

  • আলফাই মৌন ভূমিকা পালন কৰিছে কা বিৰোধী আন্দোলনত।
  • আন্দোলন স্তিমিত হৈছে কিন্তু পুনৰ জোৰদাৰ আন্দোলন গঢ়ি তোলা হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি