সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, বিজেপিয়ে বোকাখাটত সন্দেহযুক্ত বাংলাদেশীৰে সভা পাতিছেঃ শৃংখল চলিহা, VIDEO

সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, বিজেপিয়ে বোকাখাটত সন্দেহযুক্ত বাংলাদেশীৰে সভা পাতিছেঃ শৃংখল চলিহা, VIDEO
  • চামগুৰিত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।
  • 'সন্ত্ৰাসবাদী সংগঠনৰ আত্মসমৰ্পণ এখন নাটক, আত্মসমৰ্পণৰ বাবে আত্ম প্ৰকাশ কৰিছে কিছু সন্ত্ৰাসবাদী সংগঠনে।'
  • 'এইবাৰ আন্দোলনে নেতা নবনাই, সিংহহে বনাব'- নতুন দলৰ সন্দৰ্ভত মন্তব্য শৃংখল চলিহাৰ।
  • 'অসমত গণতন্ত্ৰ নহয় বিজেপিতন্ত্ৰ চলিছে।'
  • বিজেপিয়ে বোকাখাটত সন্দেহযুক্ত বাংলাদেশীৰে সভা পাতিছে বুলি মন্তব্য শৃংখল চলিহাৰ।
  • 'কংগ্ৰেছ এতিয়া এটা নস্যাৎ দল, ইতিমধ্যেই নতুন দল খোলাসমূহ বিজেপিৰ বি টীম।'
  • 'বিজেপিয়ে বোকাখাতত সন্দেহযুক্ত বাংলাদেশীৰ মিটিং পাতিছে।'
  • আলফাই মৌন ভূমিকা পালন কৰিছে কা বিৰোধী আন্দোলনত।
  • আন্দোলন স্তিমিত হৈছে কিন্তু পুনৰ জোৰদাৰ আন্দোলন গঢ়ি তোলা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in