মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হত্যাকাৰীঃ শৃংখল চলিহা, VIDEO

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হত্যাকাৰীঃ শৃংখল চলিহা, VIDEO

ডিজিটেল সংবাদ, কামপুৰঃ ডিব্ৰুগড়ত বিজেপিৰ সংকল্প সমাৰোহ চলি থকাৰ সময়তে কামপুৰত বীৰ লাচিত সেনাৰ সংকল্প সভা। সভাত বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহা উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এজন হত্যাকাৰী বুলি কৈ আগন্তক '২১ৰ নিৰ্বাচনত হত্যাকাৰীক মুখ্যমন্ত্ৰী হ'বলৈ দিয়া নহ'ব বুলি কয়। তেওঁ লগতে মুখ্যমন্ত্ৰীৰ নিজা লৰা-ছোৱালী নাই কাৰণে মাতৃপ্ৰেম-পিতৃপ্ৰেম নাজানে যাৰ কাৰণে পাচটাকৈ লৰাক গুলিয়াই মাৰি হত্যাকাৰীলৈ ৰূপান্তৰিত হোৱা বুলি কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in