শৃংখল চলিহাক শুকুৰবাৰে হাজিৰ কৰা হয় গুৱাহাটী আদালতত…

শৃংখল চলিহাক শুকুৰবাৰে হাজিৰ কৰা হয় গুৱাহাটী আদালতত…
  • শৃংখল চলিহাৰ জামিন মঞ্জুৰ।
  • শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বীৰ লাচিত সেনাৰ নেতাগৰাকী।
  • বৃহস্পতিবাৰে শৃংখল চলিহাক জামিন দিয়াৰ পূৰ্বানুমান পাই পুনৰ ক্ৰাইম ব্ৰান্সে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপিছিল।
  • তাৰপাছতেই শুকুৰবাৰে পুৰণা গোচৰত গ্ৰেপ্তাৰৰ পৰা বাৰণ কৰে চলিহাক।
  • ন্যায়ালয়ে চলিহাক পূৰ্বৰ গোচৰত জামিন দিয়ে।
  • আগন্তুক দুই-এদিনৰ ভিতৰতে বীৰ লাচিত সেনাৰ নেতাগৰাকীক মুকলি কৰি দিয়াৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in