শ্ৰীনগৰৰ হোটেলত ভয়াৱহ অগ্নিকাণ্ড

শ্ৰীনগৰৰ হোটেলত ভয়াৱহ অগ্নিকাণ্ড
  • জম্মু-কাশ্মীৰৰ এখন হোটেলত ভয়ানক অগ্নিকাণ্ড।
  • হোটেলৰ কেবাটাও কোঠাত ছানি ধৰিছে জুয়ে।
  • অগ্নিকাণ্ড সংঘটিত হোৱা হোটেলখনৰ নাম 'পাম্প'ছ'।
  • শ্ৰীনগৰত আছে এই হোটেলখন।
  • এতিয়ালৈকে কোনো লোকৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in