শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হিচাপ খেলিমেলি প্ৰসংগঃ সংঘৰ প্রধান সম্পাদকলৈ আদালতৰ চমন…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হিচাপ খেলিমেলি প্ৰসংগঃ সংঘৰ প্রধান সম্পাদকলৈ আদালতৰ চমন…
  • আদালতৰ মজিয়াত শ্রীমন্ত শংকৰদেৱ সংঘৰ হিচাপ খেলিমেলিৰ প্রসংগ।
  • শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদকলৈ আদালতৰ চমন।
  • পংকজ দত্ত নামৰ এজন সদস্যৰ গোচৰৰ ভিত্তিত আদালতৰ চমন জাৰি।
  • কামৰূপৰ মুনচিফ আদালতৰ চমন সংঘৰ প্রধান সম্পাদক বাবুল বৰালৈ।
  • গুৱাহাটী জিলাৰ প্রাক্তন সভাপতি প্রমোদ হালৈকো চমন আদালতৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in