শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…VIDEO

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কি ক’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে…VIDEO
  • দেওবাৰে গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।
  • শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত গৃহমন্ত্রী অমিত শ্বাহৰ বিশেষ অনুষ্ঠান।
  • এই অনুষ্ঠানত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়-
  • 'নিৰ্বাচনৰ পিছত এয়া মোৰ প্রথমটো অসম ভ্রমণ'
  • 'বিভিন্নজনে বিভিন্ন কথা কৈছিল'
  • 'দ্বিতীয়বাৰ চৰকাৰ অহাত স্পষ্ট, অসমে হিংসা, সন্ত্রাসবাদ নিবিচাৰে'
  • 'অসমবাসীয়ে বিচাৰে কেৱল উন্নতি'
  • 'উত্তৰ-পূবৰ সকলো সংস্কৃতি ভাৰতৰ অলংকাৰ বুলি মানে'
https://twitter.com/i/broadcasts/1YqxoyAzgnbGv
  • 'অসমৰ এতিয়া দুয়োফালে লাভ হ'ব'
  • 'সোণোৱাল কেন্দ্রত কেবিনেট মন্ত্রী, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্রী'
  • 'প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উত্তৰ-পূবক গুৰুত্ব দিছে'
  • 'কৰ্কট ৰোগৰ বাবে এতিয়া দিল্লী যাব নালাগে'
  • 'বিটিআৰ চুক্তিৰ অংগ তামুলপুৰ চিকিৎসা মহাবিদ্যালয়'
  • '২০২৪ৰ ভিতৰতে বড়ো শান্ত চুক্তিৰ সকলো দিশ কাৰ্যকৰী হ'ব'
  • 'অসম চুক্তি কেৱল বিজেপিয়েই খুলিলে'
  • 'কাৰ্বি শান্তি চুক্তিৰ আনুষ্ঠানিকতাহে বাকী আছে'
  • 'স্বাস্থ্য খণ্ডত অসম দেশৰ ভিতৰতে উল্লেখযোগ্য হিচাপে জিলিকিব'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in