নৰেন্দ্ৰ মোডীক টুইটাৰযোগে আগতীয়া অভিনন্দন শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ…

নৰেন্দ্ৰ মোডীক টুইটাৰযোগে আগতীয়া অভিনন্দন শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ…
  • প্ৰধানমন্ত্ৰী মোডীক আগতীয়াকৈ অভিনন্দন জ্ঞাপন শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীৰ।
  • টুইটাৰযোগে অভিনন্দন জনালে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰানিল ৱিক্ৰমেসিংঘেয়ে।
  • টুইটাৰত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে-
  • 'নৰেন্দ্ৰ মোডীক জয়ী হোৱাৰ বাবে অভিনন্দন জনালো!'
  • 'ভৱিষ্যতে একেলগে কাম কৰিম বুলি আশাবীদ।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in