শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত শোক প্ৰকাশ ভাৰতীয় গৃহ মন্ত্ৰণালয়ৰ

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত শোক প্ৰকাশ ভাৰতীয় গৃহ মন্ত্ৰণালয়ৰ
  • শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত শোক প্ৰকাশ ভাৰতীয় গৃহ মন্ত্ৰণালয়ৰ।
  • মন্ত্ৰণালয়ৰ এক বিজ্ঞপ্তিযোগে শোকপ্ৰকাশ।
  • ধাৰাবাহিক বিস্ফোৰণত নিহত সকলৰ পৰিয়াললৈ গভীৰ শোক ব্যক্ত গৃহ মন্ত্ৰণালয়ৰ।
  • ৰাষ্ট্ৰখনৰ এনে সংকটকালত কাষত থিয় হোৱাৰ আশ্বাস ভাৰতৰ।
  • উল্লেখ্য যে, দেওবাৰে পুৱাৰে পৰা সংঘটিত ৭ টাকৈ ভয়াবহ বিস্ফোৰণত নিহত ১৫৮ জন লোক।
  • আহত হৈছে ৫ শতাধিক লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in