শেহতীয়া খবৰ
অসমত আকৌ ৫৮৩৫জন কোভিড পজিটিভ, ৭৩জনৰ মৃত্যু...  •  লেচিয়া নৈত মাছ ধৰিবলৈ গৈ বঙালমাৰী মিচিং গাঁৱৰ ২ কিশোৰৰ মৃত্যু...  •  ধেমাজিত পুনৰ ৩৬ জনৰ কোভিড পজিটিভ চিনাক্ত...  •  শিক্ষক-খেলুৱৈ-ধেমাজি কেন্দ্ৰীয় বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি মিলন কোৱঁৰৰ মৃত্যু...  •  মাধৱদেৱ কলাক্ষেত্ৰ পৰিদৰ্শণ কৰি ঠিকাদাৰক সকীয়নি বিধায়ক ড০ অমিয় কুমাৰ ভূঞাৰ…  •  নগাঁৱত পুনৰ ৪১৬জন কোৰোনাত আক্ৰান্ত, দুজনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ৩ দিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ...  •  কোৰোনাৰ বধ্যভূমি মধুপুৰ চাহ বাগিচাত ৫১ গৰাকী আক্ৰান্ত কোভিডত...  •  গণ সংক্ৰমণৰ দিশে বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁও...  •  তিতাবৰত জব্দ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী সুৰা...

সৃজনগ্ৰামত ছাত্ৰৰ আত্মহত্যা…

118

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ এজন মেধাৱী ছাত্ৰই বাচি ল’লে আত্মহত্যাৰ পথ। পঢ়া-শুনাত মেধাৱী আছিল ছাত্ৰগৰাকী। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ২নং বৰঘোলাৰ ধৰ্মকান্ত ৰায়ৰ পুত্ৰ কপিল ৰায় (২৩)।

পুৱা পৰিয়ালৰ লোকে কপিল ৰায়ক গছত ব্যায়াম কৰা বাহ এডালত চিপ লৈ থকা প্ৰত্যক্ষ কৰে। কি কাৰণে ছাত্ৰ কপিল ৰায়ে আত্মহননৰ পথ বাছি ললে তাকে লৈ অঞ্চলজুৰি শোকঁৰ ছা পৰিছে। জানিব পৰা মতে উক্ত ছাত্ৰজনে অভয়াপুৰী মহাবিদ্যালয়ত অধ্যয়ণ কৰি আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি