সৃজনগ্ৰামত ছাত্ৰৰ আত্মহত্যা…

সৃজনগ্ৰামত ছাত্ৰৰ আত্মহত্যা…

ডিজিটেল সংবাদ, সৃজনগ্ৰামঃ এজন মেধাৱী ছাত্ৰই বাচি ল'লে আত্মহত্যাৰ পথ। পঢ়া-শুনাত মেধাৱী আছিল ছাত্ৰগৰাকী। বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত ২নং বৰঘোলাৰ ধৰ্মকান্ত ৰায়ৰ পুত্ৰ কপিল ৰায় (২৩)।

পুৱা পৰিয়ালৰ লোকে কপিল ৰায়ক গছত ব্যায়াম কৰা বাহ এডালত চিপ লৈ থকা প্ৰত্যক্ষ কৰে। কি কাৰণে ছাত্ৰ কপিল ৰায়ে আত্মহননৰ পথ বাছি ললে তাকে লৈ অঞ্চলজুৰি শোকঁৰ ছা পৰিছে। জানিব পৰা মতে উক্ত ছাত্ৰজনে অভয়াপুৰী মহাবিদ্যালয়ত অধ্যয়ণ কৰি আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in