শ্ৰীলংকাত পুনৰ জৰুৰী অৱস্থা ঘোষণা…

শ্ৰীলংকাত পুনৰ জৰুৰী  অৱস্থা ঘোষণা…
  • শ্ৰীলংকাত পুনৰ জৰুৰী অৱস্থা ঘোষণা।
  • বিগত ৫ টা সপ্তাহত দ্বিতীয়বাৰৰ বাবে ঘোষণা কৰা হৈছে এই জৰুৰী অৱস্থা।
  • ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষে ঘোষণা কৰিলে এই জৰুৰী অৱস্থা।
  • শ্ৰীলংকাত অব্যাহত আছে অৰ্থনৈতিক বিপৰ্যয়।
  • ধাৰাবাহিকভাৱে প্ৰতিবাদৰ সন্মুখনী হৈ আহিছে ৰাষ্ট্ৰপতি গোটাবায়া।
  • শুকুৰবাৰেও ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ।
  • প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত শ্ৰীলংকান আৰক্ষীয়ে প্ৰয়োগ কৰিছিল কন্দুৱা গেছ।
  • ইয়াৰ পিছতে ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰিলে জৰুৰী অৱস্থা।
  • শুকুৰবাৰে নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ'ব এই জৰুৰী অৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in