এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো শতক শ্ৰেয়ছ আয়াৰৰ…

এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো শতক শ্ৰেয়ছ আয়াৰৰ…
  • এদিনীয়া ক্ৰিকেটত প্ৰথমটো শতক অৰ্জন কৰি পেভিলিয়নমুখী শ্ৰেয়ছ আয়াৰ।
  • ছেদন পাৰ্কত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত শতক অৰ্জন কৰে আয়াৰে।
  • ১০৭ বলত ১০৩ ৰানৰ ব্যক্তিগত স্ক'ৰেৰে পেভেলিয়ন মুখী হয় শ্ৰেয়ছ আয়াৰ।
  • ভাৰতৰ বৰ্তমানৰ স্ক'ৰ ৪৬.২ অভাৰত ৩০৩ ৰান।
  • ভাৰতীয় দলটোৱে হেৰুৱাইছে ৪টাকৈ উইকেট।
  • খেলখনত অধিনায়ক বিৰাট কোহলীয়ে ৫১ ৰান কৰি আউট হয়।
  • ক্ৰিজত বৰ্তমান খেলি আছে কে এল ৰাহুল আৰু কেদাৰ যাদৱে।
  • কে এল ৰাহুলৰ ব্যক্তিগত স্ক'ৰ ৭২ (৫৫ বল) ৰান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in