শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

এদিনীয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমটো শতক শ্ৰেয়ছ আয়াৰৰ…

  • এদিনীয়া ক্ৰিকেটত প্ৰথমটো শতক অৰ্জন কৰি পেভিলিয়নমুখী শ্ৰেয়ছ আয়াৰ।
  • ছেদন পাৰ্কত অনুষ্ঠিত ভাৰত-নিউজিলেণ্ডৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় এদিনীয়াত শতক অৰ্জন কৰে আয়াৰে।
  • ১০৭ বলত ১০৩ ৰানৰ ব্যক্তিগত স্ক’ৰেৰে পেভেলিয়ন মুখী হয় শ্ৰেয়ছ আয়াৰ।
  • ভাৰতৰ বৰ্তমানৰ স্ক’ৰ ৪৬.২ অভাৰত ৩০৩ ৰান।
  • ভাৰতীয় দলটোৱে হেৰুৱাইছে ৪টাকৈ উইকেট।
  • খেলখনত অধিনায়ক বিৰাট কোহলীয়ে ৫১ ৰান কৰি আউট হয়।
  • ক্ৰিজত বৰ্তমান খেলি আছে কে এল ৰাহুল আৰু কেদাৰ যাদৱে।
  • কে এল ৰাহুলৰ ব্যক্তিগত স্ক’ৰ ৭২ (৫৫ বল) ৰান।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি