শেহতীয়া খবৰ
ডিমাপুৰত গুলিয়াই হত্যা কৰা ধেমাজিৰ যুৱক জিতেন গগৈৰ সৎকাৰ কৰিলে পৰিয়ালে...  •  চাকৰিৰ কেলংকাৰী ! আছুই জ্বলালে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি...  •  চাকৰিত কেলেংকাৰী ! ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জ্বলিছে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি..  •  পঞ্জাৱত ৰে’ল পথত কৃষকৰ ধৰ্ণা, বাতিল ১৪খন ৰেল যাত্ৰা...  •  আইচিইউত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...  •  নাৰায়ণপুৰত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ…  •  যিকোনো সময়তে হ'ব পাৰে দিল্লী-এনএছচিএন চুক্তি...  •  জিএমচিএইচৰ কেবিনৰ পৰা কোভিড হাস্পতাললৈ নিয়া হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক...  •  ২৫ ছেপ্টেম্বৰঃ এফালে কৃষক বিদ্ৰোহ, আনফালে দীপিকাক জেৰাৰ বাবে চমন...  •  ওৰাঙত আন্তৰাষ্ট্ৰীয় গাড়ী চোৰ আটক,উদ্ধাৰ বাহন...

‘খেল ৰত্ন’ৰ বাবে মনোনীত হ’ল হিমা দাসৰ নাম…

1,310
  • ‘খেল ৰত্ন’ সন্মানৰ বাবে ধিং এক্সপ্ৰেছ নামে খ্যাত হিমা দাসৰ নাম মনোনীত কৰা হৈছে।
  • ২০ বছৰীয়া এই এথলিটগৰাকীৰ নাম মনোনীত কৰাৰ বাবে অসম চৰকাৰে ক্ৰীড়া মন্ত্ৰণালয়ক কৰিছে অনুৰোধ।
  • ২০২০ বৰ্ষত ৬গৰাকী খেলুৱৈৰ নাম ‘খেল ৰত্ন’ৰ বাবে মনোনীত কৰা হৈছে।
  • হিমা দাসৰ উপৰিও মনোনীত হৈছে ৰোহিত শৰ্মা, নীৰজ চোপ্ৰা, বিনেশ ফোগাট, মণিকা বাত্ৰা আৰু ৰাণী ৰামপালৰ নাম।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি