মহাজোঁটৰ বৈঠকৰ মাজতে স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি…

মহাজোঁটৰ বৈঠকৰ মাজতে স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি…
  • সোণাপুৰৰ স্প্ৰীং ভেলী ৰিজৰ্টত উত্তপ্ত পৰিস্থিতি।
  • তাতে অনুষ্ঠিত হৈ আছিল মহাজোঁটৰ বৈঠক।
  • হতাহতিত লিপ্ত হয় দুই পক্ষ।
  • আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
  • এআইইউডিএফক সমষ্টি এৰি দিয়াক লৈ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ।
  • একাংশ নাৰাজ কংগ্ৰেছ কৰ্মীয়ে স্প্ৰীং ভেলীৰ বাহিৰত সৃষ্টি কৰিছে এই উত্তপ্ত পৰিস্থিতি।
  • সাংসদ গৌৰৱ গগৈয়ে শান্ত কৰে উত্তপ্ত কংগ্ৰেছ কৰ্মীসকলক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in